আকৰ্ষণআকৰ্ষণী

আকৰ্ষণ কৰ্ (Assamese) [ Roman: a.kor.xon kor]
1. (Verb-Trans.) to bring itself/oneself towards another object/person without physical contact, but by means of an abstract force শাৰীৰিক সান্নিধ্য অবিহনে, কিন্তু এক অদৃশ্য শক্তিৰ জৰিয়তে কোনো বস্তু বা মানুহক আন বস্তু বা মানুহৰ ওচৰ চপাই অনা